মৰ ঘুমতি bo (Assamese) [ Roman: mor ghum.ti]
    Contributed by: Yugasmita Medhi on 2022-10-30
    1. (Abstract Noun) A state of sleep when it is very difficult to awaken টোপনিৰ অতি গভীৰ অৱস্থা৷ এনে টোপনিৰ পৰা কাৰোবাক জগাবলৈ বৰ কঠিন৷